
সু-খবৰ, সু-খবৰ, সু-খবৰ, সু-খবৰ, সু-খবৰ
আাপুনি এতিয়া আপোনাৰ হেৰাই যোৱা ভোটৰ পৰিচয় পত্ৰ ( Voter ID) বা ভোটৰ তালিকা শুধৰনি কৰাৰ পিছত প্ৰয়োজন হোৱা শুদ্ধ ভোটৰ পৰিচয় পত্ৰ (Voter ID) ৰ বাবে আবেদন কৰিব পাৰিব আৰু নতুন Voter ID লাভ কৰিব পাৰিব ৷
আৰু এই আবেদনৰ বাবে আপোনাক সহায় কৰিব CSC Cyber City Abhayapuri য়ে৷ পলম নকৰিব খৰধৰ কৰক ৷
No comments:
Post a Comment